അർത്ഥം : নিজৰ কিবা বস্তু কʼৰবাত এৰি অহা, ৰৈ যোৱা বা হাতৰ পৰা ওলাই যোৱা
ഉദാഹരണം :
মোৰ পাঁচশ টকা হেৰালে
അർത്ഥം : কোনো বস্তুৰ ওপৰত থকা স্বত্ব গুচি যোৱা
ഉദാഹരണം :
ধনৰ লালসাত পৰি ্তেওঁ নিজৰ প্রাণ হেৰুৱালে
അർത്ഥം : কোনো অৱস্থা, কার্য, সময় আদিক হাতৰ পৰা যাবলৈ দিয়া
ഉദാഹരണം :
তেওঁ সুৱর্ণ সুযোগ হেৰুৱালে তেওঁ নিজৰ সন্মান হেৰুৱালে