അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
ഉദാഹരണം : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
പര്യായപദങ്ങൾ : অর্থ, কাৰক, কাৰণ, নিমিত্ত, মূল
അർത്ഥം : প্রমাণিত কৰা কোনো কথা
ഉദാഹരണം : উকীলে হেতুৰ সন্ধানত লাগি আছে
അർത്ഥം : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
ഉദാഹരണം : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
പര്യായപദങ്ങൾ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য
അർത്ഥം : মূল কাৰণ
ഉദാഹരണം : সমস্যাৰ হেতুৰ প্রতি ধ্যান দি সমাধান বিচাৰক
ഇൻസ്റ്റാൾ ചെയ്യുക