അർത്ഥം : ওলাই থকা বা ফুলি অহা কোনো তল বা খণ্ডক ভিতৰলৈ হেঁচি ধৰা
ഉദാഹരണം :
ডাক্তৰে হাতৰ ডাঙৰ হৈ অহা ফোঁহাটো চেপি ধৰিলে
പര്യായപദങ്ങൾ : চেপি ধৰা, হেচুকি ধৰা
അർത്ഥം : কিহবাৰ ওপৰত এনেদৰে জোৰ দিয়া যাতে সেইটো পিছলৈ আঁতৰি যায়
ഉദാഹരണം :
কম্পিটাৰ চলাবৰ কাৰণে গুল্লুৱে তাৰ চুইছটো দবালে
പര്യായപദങ്ങൾ : দবোৱা