അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে
ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে
പര്യായപദങ്ങൾ : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, গোলমাল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হৈ-চৈ, ৰিঙা-ৰোৱা
അർത്ഥം : ব্যৱস্থাৰ অভাৱ
ഉദാഹരണം : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
പര്യായപദങ്ങൾ : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘমঘণ্ট, বিশৃংখলা
അർത്ഥം : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ
ഉദാഹരണം : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে
പര്യായപദങ്ങൾ : কিৰিলি, কেলকেলনি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হৈ-চৈ
അർത്ഥം : জনসাধাৰণৰ মাজত সংশয়ৰ কাৰণে হোৱা কোলাহল আৰু লৰা-ধপৰাৰ এক অৱস্থা
ഉദാഹരണം : গাঁৱত ডকাইত অহাৰ লগে-লগে হুলস্থূল লাগিল
പര്യായപദങ്ങൾ : হৈ-চৈ
അർത്ഥം : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ
ഉദാഹരണം : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে
പര്യായപദങ്ങൾ : উখল-মাখল, ঘমঘণ্ট
ഇൻസ്റ്റാൾ ചെയ്യുക