അർത്ഥം : সম্পূর্ণৰূপে সেই ৰূপতে
ഉദാഹരണം :
এই মূর্তিটো হুবহুৰূপে গঞাৰ মূর্তিৰ দৰেই হৈছে
പര്യായപദങ്ങൾ : হুবহুৰূপে
അർത്ഥം : এই ধৰণৰ
ഉദാഹരണം :
এনেকুৱা মোনা মোৰ ওচৰতো আছে
പര്യായപദങ്ങൾ : অনুৰূপ, এই প্রকাৰৰ, এনেকুৱা, সদৃশ
അർത്ഥം : একেবাৰে সমান বা অনুৰূপ ধৰণৰ
ഉദാഹരണം :
এই কর্মটো এটা ডাঙৰ কামৰ হুবহু নকল