അർത്ഥം : কোনো পদার্থৰ ্এটা বা দুয়োটা মূৰ কোনো ফালে প্রবৃত্ত হোৱা
ഉദാഹരണം :
বৃদ্ধাৱস্থাত কঁ্কাল হালি পৰে
പര്യായപദങ്ങൾ : দো খোৱা
അർത്ഥം : উপৰি ভাগৰ কোনো অংশ তলৰফাললৈ নামি অহা
ഉദാഹരണം :
ফলেৰে লোমা-লোম দি থকা গছজোপা হালি পৰিল
പര്യായപദങ്ങൾ : অৱনমিত হোৱা, নমিত হোৱা