അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : হাতোৰাৰ লাক্ষণিক প্ৰয়োগ
ഉദാഹരണം : মৃত্যুৰ হাতোৰাৰ পৰা কোনো বাচিব নোৱাৰে
അർത്ഥം : পশু বা পক্ষীৰ আকোঁৰা পঞ্জা বিশেষ
ഉദാഹരണം : নিগনিটো বাঘৰ হাতোৰাত পৰিল
പര്യായപദങ്ങൾ : পঞ্জা
അർത്ഥം : পশু, পক্ষী আদিৰ হাত বা ভৰিৰ আঙুলিৰ সমষ্টি
ഉദാഹരണം : বাঘটোৱে হৰিণাটোক হাতোৰাৰে হেঁচি ধৰিলে
പര്യായപദങ്ങൾ : পাঞ্জা, বাকুহা, হাঁতোৰা
അർത്ഥം : সা-সঁজুলি আদিৰ ধৰা অংশ
ഉദാഹരണം : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
പര്യായപദങ്ങൾ : ঠাৰি, মুঠি, হাত, হেণ্ডেল
ഇൻസ്റ്റാൾ ചെയ്യുക