അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
ഉദാഹരണം : তাৰ হাতত বৰ জোৰ আছে
പര്യായപദങ്ങൾ : কৰ, পাণি, ভূজ, হস্ত
അർത്ഥം : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
ഉദാഹരണം : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
പര്യായപദങ്ങൾ : কৰ, হস্ত
അർത്ഥം : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : কৰ, পাণি, হস্ত
അർത്ഥം : মণিবন্ধৰ আগৰ অংশ
ഉദാഹരണം : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
പര്യായപദങ്ങൾ : কৰ
അർത്ഥം : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
ഉദാഹരണം : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
പര്യായപദങ്ങൾ : দখল, সামর্থ্য
അർത്ഥം : সা-সঁজুলি আদিৰ ধৰা অংশ
ഉദാഹരണം : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
പര്യായപദങ്ങൾ : ঠাৰি, মুঠি, হাতোৰা, হেণ্ডেল
ഇൻസ്റ്റാൾ ചെയ്യുക