അർത്ഥം : হাতেৰে বস্তু বনাই তৈয়াৰ কৰা কার্য
ഉദാഹരണം :
হস্তশিল্পৰ কাম বেছিভাগ গাঁৱতেই হয়
പര്യായപദങ്ങൾ : হস্ত শিল্প, হস্ত-শিল্প, হস্তকলা
അർത്ഥം : হাতেৰে তৈয়াৰী শিল্প
ഉദാഹരണം :
মেলাত আমি কিছুমান হস্তশিল্প কিনিলো