അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
ഉദാഹരണം : তাৰ হাতত বৰ জোৰ আছে
പര്യായപദങ്ങൾ : কৰ, পাণি, ভূজ, হাত
അർത്ഥം : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
ഉദാഹരണം : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
പര്യായപദങ്ങൾ : কৰ, হাত
അർത്ഥം : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : কৰ, পাণি, হাত
ഇൻസ്റ്റാൾ ചെയ്യുക