അർത്ഥം : খোৱা আহাৰ পেটলৈ গৈ শৰীৰত প্রয়োজন হোৱা পদার্থৰ ৰূপত পৰি্ৱর্তন ্হোৱা প্রক্রিয়া
ഉദാഹരണം :
আহাৰ ভালদৰে হজম নোহোৱাৰ কাৰণে কোষ্ঠবদ্ধতা ৰোগ হয়
പര്യായപദങ്ങൾ : পাচন, পাচন ক্রিয়া
അർത്ഥം : বেইমানী বা অনুচিত ৰীতিৰে অধিকাৰ কৰা
ഉദാഹരണം :
সৰু ভায়েকৰ হজম কৰা ধনে তেওঁক ্নাটিলে