പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সৰু എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সৰু   বিশেষণ

അർത്ഥം : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত

ഉദാഹരണം : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত

പര്യായപദങ്ങൾ : অনুচ্চ, চাপৰ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন

അർത്ഥം : মাত্রা, আকাৰ, বিস্তাৰ আদিত সীমিত বা বেলেগৰ তুলনাত কম

ഉദാഹരണം : মোৰ ঘৰটো বৰ সৰু শিশুৰ কাৰণে মই এটা অকণমানি খেলনা কিনিব লাগে

പര്യായപദങ്ങൾ : অকণমানি, অকমানি

അർത്ഥം : সৰু আকাৰ বা অবয়ৱযুক্ত

ഉദാഹരണം : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে

പര്യായപദങ്ങൾ : বাওনা, বামন

അർത്ഥം : যাৰ জন্ম পিছত হৈছে

ഉദാഹരണം : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল

പര്യായപദങ്ങൾ : অনুজ, কনিষ্ঠ

അർത്ഥം : দীঘ আৰু প্রস্থত কম

ഉദാഹരണം : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়

പര്യായപദങ്ങൾ : চেপা, ঠেক