അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ
അർത്ഥം : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
പര്യായപദങ്ങൾ : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, ৰূপ
അർത്ഥം : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
ഉദാഹരണം : তেওঁ ্ লাজুক স্বভাৱৰ
പര്യായപദങ്ങൾ : চৰিত্র, প্রকৃতি, মেজাজ, স্বভাৱ
ഇൻസ്റ്റാൾ ചെയ്യുക