അർത്ഥം : কাৰো অধীনত নাথাকি মুক্তভাৱে থকা অৱস্থা বা ভাব
ഉദാഹരണം :
তেওঁ ্ স্বাধীনতাৰ কাৰণে যুঁজি আছে
പര്യായപദങ്ങൾ : অপৰাধীনতা, আজাদী, স্বতন্ত্রতা, স্বাতন্ত্র্যস, স্বাধীনতা
അർത്ഥം : কোনো নাগৰিকে নিজ দেশৰ সকলো শাসন আৰু ব্যৱস্থা নিজস্বভাৱে তথা অন্য কোনো বিদেশী শক্তিৰ ্হেঁ্চা অবিহনে চলোৱা শাসন-প্রণালী
ഉദാഹരണം :
আমাৰ দেশত স্বৰাজ ব্যৱস্থা আছে
പര്യായപദങ്ങൾ : স্বৰাজ্য