പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള স্বীকৃত എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

স্বীকৃত   বিশেষণ

അർത്ഥം : যাক অনুমতি দিয়া হৈছে

ഉദാഹരണം : মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ

പര്യായപദങ്ങൾ : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত

അർത്ഥം : যাৰ সহমত লাভ কৰিছে

ഉദാഹരണം : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

പര്യായപദങ്ങൾ : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত

അർത്ഥം : যিটো স্বীকাৰ কৰা হৈছে

ഉദാഹരണം : এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা

പര്യായപദങ്ങൾ : মান্য

അർത്ഥം : যিটো অংগীকাৰ কৰা হৈছে বা যাক নিজৰ দায়িত্বত লোৱা হৈছে

ഉദാഹരണം : তেওঁ নিজৰ কার্যভ্াৰ হাঁহিমুখে স্বীকাৰ কৰিলেএই সংস্থাটো চৰকাৰৰ দ্বাৰা স্বীকৃত

പര്യായപദങ്ങൾ : অংগীকৃত, অঙ্গীকৃত, গৃহীত, পৰিগৃহীত, স্বীকাৰ

അർത്ഥം : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে

ഉദാഹരണം : স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই

പര്യായപദങ്ങൾ : অনুমতি প্রাপ্ত