അർത്ഥം : কাৰো অধীনত নাথাকি মুক্তভাৱে থকা অৱস্থা বা ভাব
ഉദാഹരണം :
তেওঁ ্ স্বাধীনতাৰ কাৰণে যুঁজি আছে
പര്യായപദങ്ങൾ : অপৰাধীনতা, আজাদী, স্বতন্ত্রতা, স্বাতন্ত্র্যস, স্বৰাজ
അർത്ഥം : প্রতিবন্ধক বা বাধা নথকা
ഉദാഹരണം :
মাত্রধিক স্বাধীনতাইও মানুহক বেয়া কৰে
പര്യായപദങ്ങൾ : প্রতিবন্ধকহীনতা