അർത്ഥം : নিজৰ ইচ্ছা অনুসৰি সকলো কাম কৰিব পৰাজন
ഉദാഹരണം :
কিছুমান লোকে স্বচ্ছন্দ জীৱনযাপন কৰিব বিচাৰে
പര്യായപദങ്ങൾ : স্বচ্ছন্দ, স্বেচ্ছাচাৰী
അർത്ഥം : যি কোনো বেলেগৰ শাসন বা নিয়ন্ত্রণৰ অধীন নহয় আৰু নিজৰ কার্যৰ ্সঞ্চালন স্বয়ং কৰে
ഉദാഹരണം :
এই নিয়ম স্বতন্ত্র সংস্থাবোৰৰ ওপৰতো খাটে
പര്യായപദങ്ങൾ : স্বায়ত্ত