അർത്ഥം : কোনো বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি
ഉദാഹരണം :
মই মুম্বাই বিদ্যাপীঠৰ পৰা স্নাতক কৰিলো
അർത്ഥം : যিজনে বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি লাভ কৰিবৰ কাৰণে পৰীক্ষা উত্তী্র্ণ হৈছে
ഉദാഹരണം :
ধনৰ অভাৱৰ কাৰণে ভালেসংখ্যক স্নাতকে নিজৰ পঢ়াশুনা বন্ধ ৰাখিবলগীয়া হʼল
പര്യായപദങ്ങൾ : গ্রেজুৱেট
അർത്ഥം : যিজনে কোনো গুৰুৰ গৃহত থাকি বিদ্যাৰ অধ্যয়ন আৰু ব্রহ্মচর্য ব্রত ্পালন কৰিছে
ഉദാഹരണം :
স্নাতক জনক সেই বিদ্যাপীঠৰে আচার্য হিচাপে নিযুক্তি দিয়া হৈছে
അർത്ഥം : স্নাতকৰ বা স্নাতক সম্বন্ধীয়
ഉദാഹരണം :
স্নাতক ডিগ্রীৰ বাবে আপুনি আবেদন কৰিব পাৰে এই বিশ্ববিদ্যালয়ত স্নাতক পর্যায়ত এটা অনিবার্য ্ভাষা শিক্ষণৰ ব্যৱস্থা আছে