അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ഉദാഹരണം : পাহাৰ-পর্বত স্থিৰ
പര്യായപദങ്ങൾ : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিৰ
അർത്ഥം : যি চলা-ফুৰা কৰিব নোৱাৰে
ഉദാഹരണം : গছবোৰ সজীৱ সত্ত্বেও অচল
പര്യായപദങ്ങൾ : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিৰ
ഇൻസ്റ്റാൾ ചെയ്യുക