അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ഉദാഹരണം : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
പര്യായപദങ്ങൾ : ক্ষেত্র, জেগা, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থান
അർത്ഥം : পানী নথকা ভূমি ভাগ
ഉദാഹരണം : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
പര്യായപദങ്ങൾ : থল, ভূ-খণ্ড, ভূ-পৃষ্ঠ, মাটি, স্থলভূমি
അർത്ഥം : কোনো বিশেষ কামৰ কাৰণে কিছুমান মানুহ একেলগে থকা বা গোট খোৱা ঠাই
ഉദാഹരണം : এই চহৰখন অসামাজিক কামৰ ঘাটি হৈ পৰিছে
പര്യായപദങ്ങൾ : আড্ডা, আড্ডাস্থলী, কেন্দ্র, ঘাটি, থল, থলী, স্থলী
ഇൻസ്റ്റാൾ ചെയ്യുക