പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള স্কুল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

স্কুল   বিশেষ্য

അർത്ഥം : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি

ഉദാഹരണം : পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে

പര്യായപദങ്ങൾ : বিদ্যালয়

അർത്ഥം : সৃজনাত্মক কলাকাৰ বা ৰচক বা বিচাৰকৰ সমষ্টি, যাৰ শৈলী একে বা যি একে গুৰুৰে সম্পর্কিত

ഉദാഹരണം : পতঞ্জলি পাণিনী স্কুলৰ এজন শ্রেষ্ঠ বৈয়াকৰণ আছিল

പര്യായപദങ്ങൾ : পঢ়াশালী, বিদ্যালয়

അർത്ഥം : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়

ഉദാഹരണം : স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়

പര്യായപദങ്ങൾ : বিদ্যালয়

അർത്ഥം : যি স্থানত প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়

ഉദാഹരണം : এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে শিক্ষা প্রদান কৰা হয়

പര്യായപദങ്ങൾ : পাঠশালা, বিদ্যালয়

അർത്ഥം : যি ঠাইত বিদ্যা প্রদান কৰা হয়

ഉദാഹരണം : আমাৰ বিদ্যালয়ত এঘাৰটা কোঠা আছে

പര്യായപദങ്ങൾ : পঢ়াশালি, পাঠশালা, বিদ্যাপীঠ, বিদ্যালয়