അർത്ഥം : ভিতৰলৈ সোমাই যোৱা কাৰ্য
ഉദാഹരണം :
মাটিত সোমোৱাৰ কাৰণে অট্টালিকাটো সৰি পৰিল
പര്യായപദങ്ങൾ : পোত যোৱা
അർത്ഥം : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য
ഉദാഹരണം :
এই টেমাটোত সাত কিলো আটা সোমায়
പര്യായപദങ്ങൾ : ভৰোৱা
അർത്ഥം : ভিতৰলৈ যোৱা
ഉദാഹരണം :
তেওঁ পঢ়িবৰ কাৰণে অধ্যয়ন কক্ষত প্রৱেশ কৰিলে
പര്യായപദങ്ങൾ : প্রৱেশ কৰা