അർത്ഥം : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম
ഉദാഹരണം :
তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে
പര്യായപദങ്ങൾ : পৰি্চর্যা
അർത്ഥം : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য
ഉദാഹരണം :
আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে
അർത്ഥം : নকৰ বা চাকৰৰ কাম
ഉദാഹരണം :
এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো
അർത്ഥം : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি
ഉദാഹരണം :
ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়
അർത്ഥം : ভৰি চুই আদৰপূর্বক অভিবাদন জনোৱা কার্য
ഉദാഹരണം :
তেওঁ গুৰুক ্সেৱা জনালে
പര്യായപദങ്ങൾ : প্রণাম