പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সেৱক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সেৱক   বিশেষ্য

അർത്ഥം : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে

ഉദാഹരണം : তেওঁ হনুমানৰ ভক্ত

പര്യായപദങ്ങൾ : উপাসক, ভকত, ভক্ত, সাধক

അർത്ഥം : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি

ഉദാഹരണം : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী

പര്യായപദങ്ങൾ : পূজাৰী

അർത്ഥം : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

ഉദാഹരണം : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

പര്യായപദങ്ങൾ : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা

সেৱক   বিশেষণ

അർത്ഥം : কাৰোবাৰ বা কোনো ধৰণৰ সেৱা আগবঢ়াওতা

ഉദാഹരണം : আন্না হাজাৰেʼ সমাজ সেৱক