അർത്ഥം : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং
ഉദാഹരണം :
চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে
പര്യായപദങ്ങൾ : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ
അർത്ഥം : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ
ഉദാഹരണം :
বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়
പര്യായപദങ്ങൾ : হৰিৎ্বর্ণ
അർത്ഥം : গছ-গছনি সেউজ ৰঙৰ হোৱা ~
ഉദാഹരണം :
পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল
അർത്ഥം : যি শুকান বা মৰহি যোৱা নহয়
ഉദാഹരണം :
এই বাগিচাখনৰ সকলো গছেই সেউজীয়া
പര്യായപദങ്ങൾ : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী
അർത്ഥം : যিটো সেউজীয়া বৰণৰ
ഉദാഹരണം :
গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে
പര്യായപദങ്ങൾ : হৰিৎ
അർത്ഥം : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে
ഉദാഹരണം :
পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে
അർത്ഥം : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে
ഉദാഹരണം :
জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে
പര്യായപദങ്ങൾ : সেউজীয়া সেউজীয়া