പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সূত্র എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সূত্র   বিশেষ্য

അർത്ഥം : যি সাংকেতিক পদ বা শ্্ব্দত কোনো বস্তু বনোৱা বা কার্য ্কৰাৰ মূল সিদ্ধান্ত প্রক্রিয়া আদিৰ সংক্ষিপ্ত বিধান নিহিত হৈ থাকে

ഉദാഹരണം : শক্তিৰ বাবে দিয়া আইনষ্টাইনৰ সূত্রটো কওক

അർത്ഥം : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়

ഉദാഹരണം : এই শাৰীখন পাট সূতাৰে তৈয়াৰী

പര്യായപദങ്ങൾ : গুণ, সূতা, ৰজ্জু

അർത്ഥം : যাৰ সহায়ত কোনো খবৰৰ উমান লʼব পাৰি উৎস সম্পর্কে অৱগত হʼব ্পাৰি

ഉദാഹരണം : বিশ্বস্ত সূত্রৰ পৰা জানিব পৰা গৈছে যে কিছুমান পাকিস্তানী চোৰাংচোৱা এই চহৰখনত আছে

അർത്ഥം : কম শ্্ব্দৰ দ্বাৰা কোৱা যি বচন বা পদত ডাঙৰ আৰু গূঢ় অর্থ ্থাকে

ഉദാഹരണം : গুৰুদেৱৰ পৰা মই জীৱন নি্র্বাহৰ সূত্র পালো