അർത്ഥം : একাগ্রচিত্ত হৈ বা ধ্যান সহকাৰে চোৱা কার্য
ഉദാഹരണം :
সন্মুখৰজনৰ সূক্ষ্মপৰীক্ষাৰ পৰা বাচিবৰ কাৰণে তেওঁ চকু তল কৰিলে
പര്യായപദങ്ങൾ : সূক্ষ্মপৰ্যবেক্ষণ
അർത്ഥം : অধ্যয়ন কৰা কোনো বিষয়ৰ একাগ্রচিত্তে মনত পেলোৱা এক অৱস্থা
ഉദാഹരണം :
বৈজ্ঞানিকসকলে ঘণ্টা ধৰি অনুপৰীক্ষাত লাগি আছে
പര്യായപദങ്ങൾ : অনুপৰীক্ষা