അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী
ഉദാഹരണം : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে
പര്യായപദങ്ങൾ : দেৱ, দেৱতা, দৈত্যাৰি
അർത്ഥം : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি
ഉദാഹരണം : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ
പര്യായപദങ്ങൾ : স্বৰ
അർത്ഥം : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
ഉദാഹരണം : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
പര്യായപദങ്ങൾ : কণ্ঠ, লয়
അർത്ഥം : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
ഉദാഹരണം : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
പര്യായപദങ്ങൾ : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী
ഇൻസ്റ്റാൾ ചെയ്യുക