അർത്ഥം : যি বাদ্য বায়ুৰে হেঁ্চা প্রয়োগ কৰি বা জোৰ দি বজোৱা হয়
ഉദാഹരണം :
বাঁহী এবিধ সুষিৰ বাদ্য
പര്യായപദങ്ങൾ : ফুঁক ্বাদ্য, সুষিৰ বাদ্য
അർത്ഥം : যʼত ছিদ্র বা ফুটা আছে
ഉദാഹരണം :
চালনী ছিদ্রযুক্ত
പര്യായപദങ്ങൾ : ছিদ্রময়, ছিদ্রযুক্ত, সছিদ্র, ৰন্ধ্রযুক্ত