അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি লিখা-পঢ়া জানে বা যিয়ে শিক্ষাগ্রহণ কৰিছে
ഉദാഹരണം : শিক্ষিতসকলে শিক্ষাৰ প্রচাৰ-প্রসাৰ কৰা উচিত
പര്യായപദങ്ങൾ : পঢ়া-লিখা জনা-, লিখা-পঢ়া জনা-, শিক্ষিত, সাক্ষৰ
അർത്ഥം : যিয়ে অধিক বিদ্যা আহৰণ কৰিছে
ഉദാഹരണം : আজিৰ সভাত কেইবাজনো বিদ্বানে ভাষণ প্রদান কৰিছিল
പര്യായപദങ്ങൾ : কৃতবিদ্য, জ্ঞানী, বিজ্ঞ, বিদগ্ধ, বিদ্বান, বিদ্যাৱান, সুধী
അർത്ഥം : যিয়ে ভাল শিক্ষা লাভ কৰিছে
ഉദാഹരണം : সুশিক্ষিত লোকৰ সংগ লোৱাটো ভাল
ഇൻസ്റ്റാൾ ചെയ്യുക