അർത്ഥം : কোনো নি্র্ধাৰিত সীমা, ঠাই আদিৰ ভিতৰলৈ অহা কার্য
ഉദാഹരണം :
তেওঁ বলপূর্বক্্ভাৱে দুজন লোকক চিনেমা ঘৰত প্রৱেশ কৰালে
പര്യായപദങ്ങൾ : প্রৱেশ কৰোৱা
അർത്ഥം : কোমল অংশত কোনো জোঙা বস্তু আদি ভৰাই দিয়া
ഉദാഹരണം :
তেওঁ ্ মোৰ হাতত বেজীৰে খুঁচি দিলে
പര്യായപദങ്ങൾ : খুঁচি দিয়া, খুঁচ্া, সুমুৱাই দিয়া