അർത്ഥം : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
ഉദാഹരണം :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
പര്യായപദങ്ങൾ : কমলা, কমলা ৰং, সুমথিৰা ৰং
അർത്ഥം : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
ഉദാഹരണം :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
പര്യായപദങ്ങൾ : কমলা, কমলা গছ, সুমথিৰা গছ, সোণতৰা গছ