അർത്ഥം : নিজৰ লাভৰ বাবে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থকা ব্যক্তি
ഉദാഹരണം :
আজিকালি সুবিধাবাদীসকলৰহে সন্মান আছে
പര്യായപദങ്ങൾ : সুযোগ-সন্ধানী
അർത്ഥം : সুবিধাবাদ সম্বন্ধীয়
ഉദാഹരണം :
সুবিধাবাদী ব্যক্তিয়েহে উন্নতি কৰে
അർത്ഥം : যিয়ে নিজৰ লাভালাভৰ কাৰণে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থাকে
ഉദാഹരണം :
সুবিধাবাদী ব্যক্তি বিশ্বাসৰ পাত্র নহয়