അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে
ഉദാഹരണം : সৎ লোকৰ আদৰ কৰা
പര്യായപദങ്ങൾ : ভাল মানুহ, সজ্জন, সৎপুৰুষ, সৎলোক
അർത്ഥം : যাৰ স্বভাৱ ভাল
ഉദാഹരണം : সৌম্য লোকে নিজৰ আচৰণৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰে
പര്യായപദങ്ങൾ : সুশীল, সৌম্য
അർത്ഥം : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ഉദാഹരണം : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
പര്യായപദങ്ങൾ : ভাল, সজ্জন, সাধু, সৎ
ഇൻസ്റ്റാൾ ചെയ്യുക