അർത്ഥം : যি বাতৰি বা খবৰ শুনি আনন্দ পোৱা যায়
ഉദാഹരണം :
গজাননৰ বিয়াৰ সুখবৰ শুনি ্সহকর্মীসকল আনন্দত অধীৰ হৈ পৰিল
അർത്ഥം : শুভ বা ভাল বাতৰি
ഉദാഹരണം :
তেওঁ পুত্র লাভৰ সু-খবৰ পালে
പര്യായപദങ്ങൾ : শুভ বার্তা, শুভ সমাচাৰ, সু-খবৰ