അർത്ഥം : ৰজা জনকৰ পুত্রী তথা ৰামৰ পত্নী
ഉദാഹരണം :
সীতা এগৰাকী ্আদর্শ পত্নী আছিল সীতাক জগত জননী জগদম্বাৰ ৰূপ বুলি ধৰা হয়
പര്യായപദങ്ങൾ : জনকনন্দিনী, জানকী, বৈদেহী, ভূপুত্রী, মৈথিলী
അർത്ഥം : হালবোৱাৰ সময়ত নাঙলৰ ফালে সৃষ্টি কৰা ৰেখা বিশেষ
ഉദാഹരണം :
কৃষকে সীৰলুত বীজৰোপণ কৰি আছে
പര്യായപദങ്ങൾ : সীৰলু