അർത്ഥം : সিন্ধু প্রদেশৰ অধিবাসী
ഉദാഹരണം :
এই নগৰখনৰ অর্থব্যৱস্থাত সিন্ধীসকলৰ বহুত ডাঙৰ অৱদান আছে
അർത്ഥം : যি লিপিত সিন্ধী ভাষা লিখা হয়
ഉദാഹരണം :
শ্রদ্ধাই সিন্ধী পঢ়িব পাৰে
പര്യായപദങ്ങൾ : সিন্ধী লিপি
അർത്ഥം : সিন্ধুৰ ভাষা
ഉദാഹരണം :
ৰাজ্য চৰকাৰ সিন্ধী আৰু ্উর্দুৰ বিকাশৰ কাৰণে সচেতন
പര്യായപദങ്ങൾ : সিন্ধী ভাষা, সিন্ধী-ভাষা
അർത്ഥം : সিন্ধু প্রদেশত বসতি কৰোতা
ഉദാഹരണം :
উল্হাস নগৰত থকা সিন্ধী লোকৰ ইউ এছ এ নামৰ এটা সংগঠন আছে
പര്യായപദങ്ങൾ : সিন্ধী বাসী, সিন্ধীবাসী
അർത്ഥം : সিন্ধী ভাষাৰ সৈতে সম্বন্ধিত বা সিন্ধী ভাষাৰ
ഉദാഹരണം :
তেওঁ নিজৰ সিন্ধী গ্রন্থৰ ইংৰাজীলৈ অনুবাদ কৰি আছে