പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সিদ্ধান্ত എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সিদ্ধান্ত   বিশেষ্য

അർത്ഥം : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া

ഉദാഹരണം : মোৰ সমস্যাৰ সমাধান হৈ গʼল

പര്യായപദങ്ങൾ : নিষ্পত্তি, মীমাংসা, সমাধান, সমিধান

അർത്ഥം : প্রমাণিত হোৱা কার্য

ഉദാഹരണം : সিদ্ধান্তৰ অবিহনে কাৰো ওপৰত দোষ আৰোপ কৰা উচিত নহয়

പര്യായപദങ്ങൾ : প্রমাণ

അർത്ഥം : কোনো কার্য কেনে হোৱা উচিত তাৰ ঔচিত্য আৰু অনৌচিত্য আদি বিচাৰ কৰি কোনো মতত উপনীত হোৱা কার্য

ഉദാഹരണം : তেওঁ ঘৰৰ ্পৰা বেলেগ হৈ থাকিবলৈ সিদ্ধান্ত লʼলে

പര്യായപദങ്ങൾ : নি্র্ণয়

അർത്ഥം : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা

ഉദാഹരണം : আমি নিজৰ নিয়মৰ পালন কৰা উচিত

പര്യായപദങ്ങൾ : কায়দা, নিয়ম, বাদ

അർത്ഥം : ঋষি আদিৰ মান্য উপদেশ

ഉദാഹരണം : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে

പര്യായപദങ്ങൾ : বাদ, মত

അർത്ഥം : বাদী তথা প্রতিবাদীৰ কথা আৰু তর্ক শুনি তাৰ ঠিক হোৱা বা নোহোৱাৰ সম্বন্ধত আদালতৰ দ্বাৰা মত স্থিৰ কৰা কার্য

ഉദാഹരണം : বহুত দিনৰ পৰা চলি অহা মোকর্দ্্মাৰ নি্র্ণয় ্কালি হৈ গʼল

പര്യായപദങ്ങൾ : নি্র্ণয়

അർത്ഥം : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়

ഉദാഹരണം : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল

പര്യായപദങ്ങൾ : বাদ, মত, মতবাদ

അർത്ഥം : কিহবাৰ দ্বাৰা কোনো বস্তু বা কথাৰ স্থিতি প্রতিপন্ন কৰা

ഉദാഹരണം : বহুত যত্নৰ পিছত আমি এই পৰিণতিত উপনীত হৈছোঁ যে ৰাম এজন ভাল লʼৰা

പര്യായപദങ്ങൾ : পৰিণতি