അർത്ഥം : সিংহল দ্বীপৰ অধিবাসী
ഉദാഹരണം :
সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে
പര്യായപദങ്ങൾ : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল
അർത്ഥം : সিংহল দ্বীপৰ ভাষা
ഉദാഹരണം :
শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে
അർത്ഥം : পালি, সিংহলী আদি ভাষা লিখা লিপি
ഉദാഹരണം :
তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে
പര്യായപദങ്ങൾ : সিংহলী লিপি
അർത്ഥം : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে
പര്യായപദങ്ങൾ : শ্রীলংকান
അർത്ഥം : সিংহল দ্বীপত থকা
ഉദാഹരണം :
বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল
അർത്ഥം : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ
ഉദാഹരണം :
মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ