അർത്ഥം : ছটিয়াই দিয়া অৱস্থা বা ভাব
ഉദാഹരണം :
খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
അർത്ഥം : কোনো তৰল পদার্থ ছটিওৱা কার্য
ഉദാഹരണം :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
പര്യായപദങ്ങൾ : ছটিওৱা
അർത്ഥം : কোনো বস্তু ইফালে-সিফালে পেলোৱা
ഉദാഹരണം :
চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে
പര്യായപദങ്ങൾ : ছটিওৱা
അർത്ഥം : চাৰিওফালে প্রসাৰিত কৰা
ഉദാഹരണം :
খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
പര്യായപദങ്ങൾ : সিঁচি দিয়া, সিঁচৰতি কৰা
അർത്ഥം : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
ഉദാഹരണം :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
പര്യായപദങ്ങൾ : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা