അർത്ഥം : সাৱধান কৰিবৰ কাৰণে প্রথমৰ পৰা জাননী দিয়া
ഉദാഹരണം :
বতৰবিজ্ঞান বিভাগে মাছমৰীয়াসকলক সাগৰলৈ নাজাবলৈ সতর্ক্্বাণী শুনালে
പര്യായപദങ്ങൾ : সতর্ক ্কৰা, সতর্ক্্বাণী শুনা, সাৱধানবাণী শুনা
അർത്ഥം : সাৱধান বা হুচিয়াৰ কৰা
ഉദാഹരണം :
মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক ভুল নকৰিবৰ কাৰণে সদায় সাৱধান কৰি থাকে
പര്യായപദങ്ങൾ : সকিয়াই থকা