അർത്ഥം : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
ഉദാഹരണം :
মোহন এই কামত সফল হʼল
പര്യായപദങ്ങൾ : কৃতকার্য, কৃতকার্য্য, কৃতকৃত্য, সফল, সফল মনোৰথ, সফলকাম, সিদ্ধকাম, সিদ্ধমনোৰথ
അർത്ഥം : যাৰ ফল বা পৰিণাম আছে বা হৈছে
ഉദാഹരണം :
অৱশেষত কুসুমৰ কঠোৰ পৰিশ্রম সার্থক হʼল