പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সামর্থ্য എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সামর্থ্য   বিশেষ্য

അർത്ഥം : কিবা কৰিব পৰা শক্তি

ഉദാഹരണം : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম

പര്യായപദങ്ങൾ : শকতি

അർത്ഥം : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

ഉദാഹരണം : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

പര്യായപദങ്ങൾ : উপযুক্ততা, ক্ষমতা, যোগ্যতা

അർത്ഥം : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

ഉദാഹരണം : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

പര്യായപദങ്ങൾ : ক্ষমতা, শক্তি

അർത്ഥം : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য

ഉദാഹരണം : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে

പര്യായപദങ്ങൾ : দখল, হাত