അർത്ഥം : কাৰোবাক দুই বাহুৰে মেৰাই ধৰা কার্য
ഉദാഹരണം :
জীয়েকে প্রণাম কৰোতেই দেউতাকে তাইক আঁকোৱালি লʼলে
പര്യായപദങ്ങൾ : আঁকোৱালি লোৱা, আলিংগন কৰা, আলিঙ্গন কৰা, গবামাৰি ধৰা
അർത്ഥം : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
ഉദാഹരണം :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
പര്യായപദങ്ങൾ : আঠা লগা, লগ লগা, লাগি ধৰা, লিপিট খোৱা