അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
ഉദാഹരണം : সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
പര്യായപദങ്ങൾ : গল্প, লোক কথা, লোক কাহিনী, লোককথা
അർത്ഥം : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ
ഉദാഹരണം : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়
പര്യായപദങ്ങൾ : মহাত্মা, সন্ত
അർത്ഥം : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
ഉദാഹരണം : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
പര്യായപദങ്ങൾ : বৈৰাগী, সন্ত, সন্ন্যাসী
അർത്ഥം : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
ഉദാഹരണം : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
പര്യായപദങ്ങൾ : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, ৰিজু
അർത്ഥം : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ഉദാഹരണം : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
പര്യായപദങ്ങൾ : ভাল, সজ্জন, সুজন, সৎ
ഇൻസ്റ്റാൾ ചെയ്യുക