അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য
ഉദാഹരണം : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে
അർത്ഥം : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
ഉദാഹരണം : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
പര്യായപദങ്ങൾ : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ
അർത്ഥം : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়
ഉദാഹരണം : বাহন ভ্রমণৰ এক মাধ্যম
പര്യായപദങ്ങൾ : মাধ্যম
അർത്ഥം : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
ഉദാഹരണം : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
പര്യായപദങ്ങൾ : উপকৰণ, সামগ্রী
ഇൻസ്റ്റാൾ ചെയ്യുക