അർത്ഥം : উপৰুৱাকৈ কৰা শৃংগাৰ
ഉദാഹരണം :
শীলাই কʼৰবালৈ যোৱাৰ আগতে ঘণ্টা ধৰি সাজন-কাচন কৰে
പര്യായപദങ്ങൾ : সাজন-কাচন
അർത്ഥം : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
ഉദാഹരണം :
বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
പര്യായപദങ്ങൾ : সাজ-সজ্জা
അർത്ഥം : যি সাজ-সজ্জা কৰিছে
ഉദാഹരണം :
সমাৰোহলৈ উপস্থিত প্রত্যেক ব্যক্তিয়ে সাজোন-কাচোন কৰি আহিছিল