അർത്ഥം : যি লিখা-পঢ়া জানে বা যিয়ে শিক্ষাগ্রহণ কৰিছে
ഉദാഹരണം :
শিক্ষিতসকলে শিক্ষাৰ প্রচাৰ-প্রসাৰ কৰা উচিত
പര്യായപദങ്ങൾ : পঢ়া-লিখা জনা-, লিখা-পঢ়া জনা-, শিক্ষিত, সুশিক্ষিত
അർത്ഥം : লিখা-পঢ়া জনা বা শিক্ষা গ্রহণ কৰা ব্যক্তি
ഉദാഹരണം :
শিক্ষিতজনেহে দেশৰ নেতৃত্ব দিয়া উচিত
പര്യായപദങ്ങൾ : পঢ়া-লিখা ব্যক্তি, শিক্ষিত