അർത്ഥം : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়
ഉദാഹരണം :
আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে
പര്യായപദങ്ങൾ : সাক্ষ্য
അർത്ഥം : যিয়ে কোনো ঘটনা নিজ চকুৰে দেখিছে
ഉദാഹരണം :
পুলিচে এই হত্যাটোৰ সন্দর্ভত প্রত্যক্ষদর্শীৰ সৈতে সোধ-পোচ কৰিছে
പര്യായപദങ്ങൾ : প্রত্যক্ষদর্শী
അർത്ഥം : যিজনে কোনো বিবাদৰ বিষয়ত নিজৰ অভিজ্ঞতাৰ বিষয়ে কয়
ഉദാഹരണം :
এই মোকর্দ্্মাত প্রতিপক্ষই মিছা সাক্ষী উপস্থিত কৰালে