അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বহুত ওচৰৰ বা বহুত কাষৰ
ഉദാഹരണം : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
പര്യായപദങ്ങൾ : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা
അർത്ഥം : যাৰ দয়া আছে
ഉദാഹരണം : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
പര്യായപദങ്ങൾ : কাৰুণিক, কৃপাময়, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, দয়াশীল, মৰমিয়াল, সদয় চিত্ত
അർത്ഥം : বিশেষভাৱে যাৰ মনত কোমল ভাবৰ সহজে প্রভাৱ পৰে
ഉദാഹരണം : মই কোৱা ৰামৰ কাহিনী শুনি ্তেওঁ ্ভাবুক হৈ পৰিল
പര്യായപദങ്ങൾ : অনুভূতি প্রৱণ, ভাব প্রৱণ, ভাবুক, ভাৱক, সহৃদয়ী
ഇൻസ്റ്റാൾ ചെയ്യുക